২০ চেপ্তেম্বৰত ছবিঘৰলৈ ‘বুল বুল কেন ছিং’…

২০ চেপ্তেম্বৰত ছবিঘৰলৈ ‘বুল বুল কেন ছিং’…
  • অহা ২০ চেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তিলাভ কৰিব বিশিষ্ট পৰিচালক ৰীমা দাসৰ নতুন অসমীয়া ছবি বুল বুল কেন ছিং।
  • ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে
  • ৰাজ্যৰ দৰ্শকৰ পৰাও আদৰ মৰম লাভ কৰিব পাৰিব বুলি আশাবাদী পৰিচালক ৰীমা দাস।
  • উল্লেখযোগ্য যে ইতিমধ্যে ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in