শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ গুলীবৰ্ষণ, শ্বহীদ ২ ভাৰতীয় সেনা…

475

ডিজিটেল ডেস্কঃ পাকিস্তানী সেনাই পুনৰ যুদ্ধ বিৰতি উলংঘন কৰি জম্মু কাশ্মীৰৰ ৰজৌৰী জিলাৰ এলঅ’চিৰ কাষত গুলীবৰ্ষণ কৰে। ভাৰতীয় সেনাই পাকিস্তানৰ ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পাকিস্তানৰ সেনাৰ আক্ৰমণত দুজন সেনা জোৱান শ্বহীদ হয়।

উল্লেখ্য যে সেনা দুজন ক্ৰমে নায়ক প্ৰেম বাহাদুৰ খত্ৰী আৰু  সুখবীৰ সিংহ। সেনাই মতে এই দুয়োজন জোৱান ৰাজৌৰী জিলা সুন্দৰবনী অঞ্চলত এলঅ’চিত ডিউটি কৰি আছিল। তেতিয়াই হঠাতে সীমাত তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰে। প্ৰথমে দুয়োজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় আৰু পৰৱৰ্তী সময়ত দুয়ো শ্বহীদ হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি