শেহতীয়া খবৰ
কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ...

অৰুণাচলত আটক ২ এনএছচিএন(আৰ)ৰ কেডাৰ

63
  • অৰুণাচলৰ চাংলাঙত আটক দুগৰাকী এনএছচিএন(আৰ)ৰ সদস্য৷
  • আছাম ৰাইফলছৰ চাংলাঙ গোটে অভিযান চলাই আটক কৰে কেডাৰ দুজনক।
  • আটকাধীন কেডাৰ দুগৰাকীৰ নাম চালবীম চলঠিঙ আৰু ৰেছাম ৰেখাঙ বুলি জানিব পৰা গৈছে৷
  • সদস্য দুগৰাকীৰ পৰা এটা পিষ্টলসহ চাৰিজাই সজীৱ গুলী, নগদ দহ হাজাৰ টকা আৰু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিছে আছাম ৰাইফলছে।
  • ইতিমধ্যে আছাম ৰাইফলছে চাংলাঙ আৰক্ষীক গতাই দিছে ধৃত কেডাৰ দ্বয়ক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি