অৰুণাচলত আটক ২ এনএছচিএন(আৰ)ৰ কেডাৰ

অৰুণাচলত আটক ২ এনএছচিএন(আৰ)ৰ কেডাৰ
  • অৰুণাচলৰ চাংলাঙত আটক দুগৰাকী এনএছচিএন(আৰ)ৰ সদস্য৷
  • আছাম ৰাইফলছৰ চাংলাঙ গোটে অভিযান চলাই আটক কৰে কেডাৰ দুজনক।
  • আটকাধীন কেডাৰ দুগৰাকীৰ নাম চালবীম চলঠিঙ আৰু ৰেছাম ৰেখাঙ বুলি জানিব পৰা গৈছে৷
  • সদস্য দুগৰাকীৰ পৰা এটা পিষ্টলসহ চাৰিজাই সজীৱ গুলী, নগদ দহ হাজাৰ টকা আৰু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিছে আছাম ৰাইফলছে।
  • ইতিমধ্যে আছাম ৰাইফলছে চাংলাঙ আৰক্ষীক গতাই দিছে ধৃত কেডাৰ দ্বয়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in