ঝাৰখণ্ডত নক্সালৰ ভয়ংকৰ আইইডি বিস্ফোৰণ,২জন জোৱাৰ মৃত্যু,আহত ৩ জন…

ঝাৰখণ্ডত নক্সালৰ ভয়ংকৰ আইইডি বিস্ফোৰণ,২জন জোৱাৰ মৃত্যু,আহত ৩ জন…
  • ঝাৰখণ্ডত নক্সালৰ আইইডি বিস্ফোৰণ ।
  • বিস্ফোৰনৰ ফলত ঝাৰখণ্ডৰ জাগুয়াৰ ইউনিটৰ ২ জন জোৱানৰ মৃত্যু
  • বিস্ফোৰণৰ ফলত ৩জন জোৱানো আঘাতপ্ৰাপ্ত হয় ।
  • বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অনুসন্ধান ।
  • এই কথা ঝাৰখণ্ড আৰক্ষীয়ে জানিব দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in