বিজেপিত যোগদান ২ কংগ্ৰেছ নেতাৰ…

  • বিজেপিত যোগদান কৰিলে কংগ্ৰেছ নেতা বিদ্যাছিং ইংলেঙে।
  • এন এছ ইউ আই ৰ প্ৰাক্তন সভাপতি মনোজ হাজৰিকাৰো বিজেপিত যোগদান।
  • সৰুসজাইত আয়োজিত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধিক অভিনন্দন সমাৰোহত আনুষ্ঠানিকভাৱে যোগদান কৰে গেৰুৱা দলটোত।
  • অনুষ্ঠানত পঞ্চায়তৰ ২৬০০ প্ৰতিনিধিক অভিনন্দন জনাব বিজেপিয়ে
  • অনুষ্ঠানত  উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লোকসভাৰ প্ৰভাৰী মহেন্দ্ৰ সিং, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে বিজেপিৰ সকলো সাংসদ-বিধায়ক উপস্থিত থাকিব অভিনন্দন সমাৰোহত।
  • এই সমাৰোহৰ পিছতে সকলো জিলা সভাপতি, মণ্ডল সভাপতিৰে সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ বৈঠক অনুষ্ঠিত হ'ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in