১৮-৪৪ বছৰ বয়সৰ লোকক বুধবাৰৰ পৰা দিয়া হ’ব ভেকচিন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বুধবাৰৰ পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক দিয়া হ'ব ভেকচিন।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।
  • তেওঁ লগতে কয়- ৰাজ্যত কোভিড পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খাইছে।
  • অসমত ডেৰ লাখ নতুন ভেকচিন আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in