শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

১৭ ছেপ্টেম্বৰত ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী স্বাস্থ্য বিভাগৰ…

  • কোভিড টীকাকৰণ সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে।
  • অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী হাতত ল’ব স্বাস্থ্য বিভাগে।
  • উক্ত দিনটোত কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
  • অহা ১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককো প্ৰথম পালি ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছে বিভাগটোৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি