১৭ ছেপ্টেম্বৰত ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী স্বাস্থ্য বিভাগৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কোভিড টীকাকৰণ সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে।
  • অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ 'মেগা কোভিড ভেকচিনেচন' কাৰ্যসূচী হাতত ল'ব স্বাস্থ্য বিভাগে।
  • উক্ত দিনটোত কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।
  • অহা ১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককো প্ৰথম পালি ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছে বিভাগটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in