কোৰোনা ভাইৰাছঃ ৰাজ্যত আৰু ১৬জন লোক হৈছে সুস্থ…

কোৰোনা ভাইৰাছঃ ৰাজ্যত আৰু ১৬জন লোক হৈছে সুস্থ…
  • ৰাজ্যৰ আৰু ১৬জন কোৰোনাত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।
  • ইয়াৰে ১৫জন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ আৰু এজন এছ এম চি এইচৰ।
  • সুস্থ হোৱা লোক সকলৰ ভিতৰত আছে এমএমচিএইচৰ টেকনিচিয়ান তিলক ডেকাও।
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ বৰ্তমানলৈ ১০৩জন লোক সুস্থ হৈ উঠিছে।
  • ইফালে, বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৭৪৬জনকৈ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in