শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

41
  • দিল্লীৰ কৰোল বাগত বিধ্বংসী অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি।
  • পূৰ্বতে নিহতৰ সংখ্যা আছিল ৯ জন। তাৰে এটা কণমাণি আৰু এগৰাকী মহিলা।
  • বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।
  • কৰোল বাগস্থিত অৰ্পিত হোটেলত জুইৰ সূত্ৰপাত।
  • আজি পুৱতি নিশা ৪ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
  • ঘটনাস্থলীত ২৬খন অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি