ছিৰিয়াত সন্ত্ৰাসবাদীৰ মৰ্টাৰ আক্ৰমণত নিহত ১২

ছিৰিয়াত সন্ত্ৰাসবাদীৰ মৰ্টাৰ আক্ৰমণত নিহত ১২

ডিজিটেল ডেস্কঃ ছিৰিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এলেপ্প'ৰ এখন গাঁৱত সন্ত্ৰাসবাদীৰ মৰ্টাৰ আক্ৰমণত প্ৰাণ হেৰুৱালে অতি কমেও ১২ জন লোকে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে সমগ্ৰ ঠাইখনতে বিৰাজ কৰিছে উত্তেজনাই।

ইডলিবৰ উত্তৰ পশ্চিমত ছিৰিয়াই বায়ুপথেৰে আক্ৰমণ কৰি ৭ জন লোকক হত্যা কৰাৰ পিছতে সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in