স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিত ১ হাজাৰ কোভিড ভেকচিন নষ্ট…

স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিত ১ হাজাৰ কোভিড ভেকচিন নষ্ট…
  • হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ চুড়ান্ত গাফিলতিত নষ্ট ৰাজ্যৰ ১ হাজাৰ কোভিড ভেকচিন।।
  • অতি নিম্ন তাপমানত ৰখাৰ বাবে গোট মাৰিলে এই ভেকচিন সমূহ।
  • শিলচৰ মেডিকেল কলেজৰ ১ লাভ কোভিড ভেকচিন নষ্ট।
  • বৰফৰ ৰুপত উদ্ধাৰ হৈছে ভেকচিনসমূহ।
  • নষ্ট ভেকচিন সমূহ গুৱাহাটীলৈ অনাৰ নিৰ্দেশনা দিছে স্বাস্থ্য বিভাগে।
  • ড০ পি কে ৰয়ক ঘটনা সন্দৰ্ভত স্পষ্টীকৰণৰ নিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in