শেহতীয়া খবৰ
পুত্ৰৰ নিৰ্মম লাঠিৰ প্ৰহাৰত মৃত্যু হ'ল পিতৃৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুত্ৰক...  •  হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ...  •  নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...

স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিত ১ হাজাৰ কোভিড ভেকচিন নষ্ট…

571
  • হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ চুড়ান্ত গাফিলতিত নষ্ট ৰাজ্যৰ ১ হাজাৰ কোভিড ভেকচিন।।
  • অতি নিম্ন তাপমানত ৰখাৰ বাবে গোট মাৰিলে এই ভেকচিন সমূহ।
  • শিলচৰ মেডিকেল কলেজৰ ১ লাভ কোভিড ভেকচিন নষ্ট।
  • বৰফৰ ৰুপত উদ্ধাৰ হৈছে ভেকচিনসমূহ।
  • নষ্ট ভেকচিন সমূহ গুৱাহাটীলৈ অনাৰ নিৰ্দেশনা দিছে স্বাস্থ্য বিভাগে।
  • ড০ পি কে ৰয়ক ঘটনা সন্দৰ্ভত স্পষ্টীকৰণৰ নিৰ্দেশ দিয়া হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি