শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

111
  • জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী।
  • বুধবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত পুনৰ অভিযান চলাইছিল আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে।
  • উল্লেখ্য যে, মঙলবাৰেও এই অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা হৈছিল অভিযান।
  • মঙলবাৰে অভিযানকালত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ভাৰতীয় সেনাৰ এজন জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি