অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ…

অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ…
  • ঝাৰখণ্ডৰ গুমলাত নৃশংস হত্যাকাণ্ড।
  • দুস্কৃতিকাৰীৰ দলে মৰিয়াই হত্যা কৰিলে ৪ জনকৈ লোকক।
  • গুমলাৰ আৰক্ষী অধীক্ষক অঞ্জনী কুমাৰ ঝাই সদৰি কৰা অনুসৰি ১০-১২ জন দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই হত্যাকাণ্ড।
  • অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ।
  • স্থানীয় লোকৰ মতেও নিহত আটাইকেইজনক যাদু মন্ত্ৰৰে জড়িত আছিল।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in