‘কা’ৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদঃ ৱেবচাইট মুকলি কৰিলে জুবিন গাৰ্গে, VIDEO…

‘কা’ৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদঃ ৱেবচাইট মুকলি কৰিলে জুবিন গাৰ্গে, VIDEO…
  • গুৱাহাটী প্ৰেছ ক্লাৱত কা বিৰোধী শিল্পী সমাজৰ সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰিছে কেইবাজনো শিল্পীয়ে।
  • সংবাদমেলত উপস্থিত আছে জুবিন গাৰ্গ, মানস ৰবীন, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা আৰু গৰিমা শইকীয়া গাৰ্গ।
  • সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ।
  • Assamagainstcaa.in নামৰ ৱেবচাইটো উদ্বোধন কৰিলে শিল্পী সমাজে।
  • জুবিন গাৰ্গে নিজ হাতেৰে শুভাৰম্ভ কৰিলে কা বিৰোধী ৱেবচাইট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in