শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

‘কা’ৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদঃ ৱেবচাইট মুকলি কৰিলে জুবিন গাৰ্গে, VIDEO…

2,018
  • গুৱাহাটী প্ৰেছ ক্লাৱত কা বিৰোধী শিল্পী সমাজৰ সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰিছে কেইবাজনো শিল্পীয়ে।
  • সংবাদমেলত উপস্থিত আছে জুবিন গাৰ্গ, মানস ৰবীন, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা আৰু গৰিমা শইকীয়া গাৰ্গ।

  • সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ।
  • Assamagainstcaa.in নামৰ ৱেবচাইটো উদ্বোধন কৰিলে শিল্পী সমাজে।
  • জুবিন গাৰ্গে নিজ হাতেৰে শুভাৰম্ভ কৰিলে কা বিৰোধী ৱেবচাইট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি