দিল্লী, দিছপুৰ আকোঁৰগোজ হ’লে আমিও আকোঁৰগোজ হৈ থাকিমঃ লতাশিলত জুবিন গাৰ্গ

ফাইল ফটো
ফাইল ফটো
  • লতাশিলৰ প্ৰতিবাদস্থলীত জুবিন গাৰ্গ।
  • প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে।
  • 'হাজাৰ হাজাৰ মানুহ হৈছে।'
  • 'আমাৰ বিপ্লৱ সকলোকে জনাব লাগিব।'
  • 'আমি দুবছৰ ধৰি প্ৰতিবাদ কৰি আছো।'
  • 'আমি প্ৰতিবাদ কৰিমেই।'
  • 'দিল্লী, দিছপুৰ আকোঁৰগোজ হ'লে আমিও আকোঁৰগোজ হৈ থাকিম।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in