হঠাতে বাগৰি পৰিল জুবিন গাৰ্গ…

হঠাতে বাগৰি পৰিল জুবিন গাৰ্গ…
  • শুকুৰবাৰে সন্ধিয়া হঠাৎ অসুস্থ জুবিন গাৰ্গ।
  • গুৱাহাটী টাউন ক্লাৱত হৈ থকা বিশেষ অনুষ্ঠানৰ মাজতে বাগৰি পৰিল জুবিন গাৰ্গ। ।
  • এম্বুলেঞ্চৰ সহায়ত নেমকেয়াৰ চিকিৎসালয়লৈ লৈ অনা হৈছে জুবিন গাৰ্গক।
  • সংগীত পৰিচালক অনুৰাগ শইকীয়াৰ 'প্ৰজেক্ট বৰগীত' অনুষ্ঠানত উপস্থিত আছিল শিল্পীগৰাকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in