‘কেব’ৰ বিৰোধিতা কৰা বাবেই চৰকাৰ-প্ৰশাসনৰ ৰোষত জুবিন গাৰ্গ…

ফাইল ফটো
ফাইল ফটো
  • CAB ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই ডিব্ৰুগড় প্ৰশাসনে বাতিল কৰিলে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।
  • চৰকাৰ-প্ৰশাসনৰ ৰোষত জুবিন গাৰ্গ।
  • নিৰাপত্তাৰ দোহাই দি প্ৰশাসনে বাতিল কৰিলে সংগীতানুষ্ঠান।
  • ৮ ডিচেম্বৰত ডিব্ৰুগড়ৰ চৌকিডিঙিত সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গৰ।
  • ডিব্ৰুগড়ত প্ৰশাসনে বন্ধ কৰি দিলে জুবিনৰ সংগীতানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in