জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিন…

জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিন…

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শিল্পীসকলে প্ৰস্তুত কৰিছে এটি বিশেষ ভিডিঅ'। এই ভিডিঅ'টোত বলিউডৰ কন্ঠশিল্পী জাৱেদ আলী, অংগৰাগ পাপন মহন্তকে ধৰি বহু শিল্পীয়ে জনাইছে তেওঁক জন্মদিনৰ শুভেচ্চা।

বুধবাৰে ৪৮ সংখ্যক কৰিলে ওপজা দিন উদযাপন কৰা হৈছে। শিল্পীসকলৰ লগতে জুবিন গাৰ্গক তেওঁৰ অনুৰাগীসকলে জনাইছে শুভেচ্ছা। ছ'চিয়েল মিডিয়াতো তেওঁৰ অনুৰাগীসকলে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in