শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিন…

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শিল্পীসকলে প্ৰস্তুত কৰিছে এটি বিশেষ ভিডিঅ’। এই ভিডিঅ’টোত বলিউডৰ কন্ঠশিল্পী জাৱেদ আলী, অংগৰাগ পাপন মহন্তকে ধৰি বহু শিল্পীয়ে জনাইছে তেওঁক জন্মদিনৰ শুভেচ্চা।

বুধবাৰে ৪৮ সংখ্যক কৰিলে ওপজা দিন উদযাপন কৰা হৈছে। শিল্পীসকলৰ লগতে জুবিন গাৰ্গক তেওঁৰ অনুৰাগীসকলে জনাইছে শুভেচ্ছা। ছ’চিয়েল মিডিয়াতো তেওঁৰ অনুৰাগীসকলে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি