জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা…

জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা…
  • কন্ঠশিল্পী জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটা প্ৰদান।
  • বৰপেটাত সোমবাৰে নিশা প্ৰদান কৰা হয় এই বঁটা।
  • চাউলখোৱা মহোৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰে বঁটা।
  • সংগীত তথা সাংস্কৃতিক ক্ষেত্ৰলৈ বৰঙণিৰ স্বীকৃতি প্ৰদান।
  • বঁটা গ্ৰহণ কৰি বৰপেটাবাসীক ধন্যবাদ আৰু শুভকামনা জুবিন গাৰ্গৰ।
  • অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে নিৰ্বাচন ভাল নাপাও বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in