শেহতীয়া খবৰ
কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...

ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই…

3,119
  • মুখ্যমন্ত্ৰীৰ সৈতে ফিল্মফেয়াৰত উঠা ফটো ভাইৰেল হোৱাৰ প্ৰসংগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।
  • ‘সৰ্বাদাৰ সৈতে মোৰ পুৰণি চিনাকি।’
  • ‘তেওঁক লগ পালে মাত এষাৰ দিবই লাগিব।’
  • ‘মই অনুষ্ঠানটোত এঘন্টামান থাকি গুচি আহিলো।’
  • ‘কোনোবাই ফটো তুলি দিছে, সেইটোক লৈ বিতৰ্ক হ’বলৈ একো নাই।’
  • ‘CAA আন্দোলন অব্যাহত থাকিব।’
  • ‘ফিল্মফেয়াৰলৈ গ’লো যদিও কা বিৰোধ কৰি থাকিম।’
  • ‘কা বিৰোধী স্থিতি সলনি নকৰো।’
  • ‘যিটো বেয়া পাওঁ খোলাকৈ ক’ম।’
  • ‘য়িটো ভালপাওঁ খোলাকৈ ক’ম।’
  • ‘প্ৰতিবাদ অব্যাহত থাকিব।’
  • ‘পৰীক্ষাৰ বাবে আন্দোলন কেইদিনমান অব্যাহত থকা নাই।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি