ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই…

ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীৰ সৈতে কিয় ফটো উঠিছিল জুবিনে, শুনক তেওঁৰ মুখেৰেই…
  • মুখ্যমন্ত্ৰীৰ সৈতে ফিল্মফেয়াৰত উঠা ফটো ভাইৰেল হোৱাৰ প্ৰসংগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।
  • 'সৰ্বাদাৰ সৈতে মোৰ পুৰণি চিনাকি।'
  • 'তেওঁক লগ পালে মাত এষাৰ দিবই লাগিব।'
  • 'মই অনুষ্ঠানটোত এঘন্টামান থাকি গুচি আহিলো।'
  • 'কোনোবাই ফটো তুলি দিছে, সেইটোক লৈ বিতৰ্ক হ'বলৈ একো নাই।'
  • 'CAA আন্দোলন অব্যাহত থাকিব।'
  • 'ফিল্মফেয়াৰলৈ গ'লো যদিও কা বিৰোধ কৰি থাকিম।'
  • 'কা বিৰোধী স্থিতি সলনি নকৰো।'
  • 'যিটো বেয়া পাওঁ খোলাকৈ ক'ম।'
  • 'য়িটো ভালপাওঁ খোলাকৈ ক'ম।'
  • 'প্ৰতিবাদ অব্যাহত থাকিব।'
  • 'পৰীক্ষাৰ বাবে আন্দোলন কেইদিনমান অব্যাহত থকা নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in