জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাঃ মুল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ…

জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাঃ মুল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ…
  • মহানগৰীত বুধবাৰে নিশা জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাৰ মুল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ।
  • বৃহস্পতিবাৰৰ নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হীৰকজ্যোতিক।
  • ইফালে, এই ঘটনাৰে হীৰকজ্যোতি ৰাজবংশী জড়িত থকাৰ অভিযোগৰ পাছত এনএছইউআইয়ে তেওঁক সংগঠনটোৰ পৰা অপসাৰণ কৰিছে।
  • জুবিন গাৰ্গে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে হীৰকজ্যোতি ৰাজবংশীক কৰায়ত্ত কৰিবলৈ চলাইছিল ব্যাপক অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in