শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি পাচলিৰ দোকান খুলিছে একাংশ ব্যৱসায়ীয়ে

313
  • নিয়ম মনা নাই মহানগৰীৰ একাংশ পাচলি ব্যৱসায়ীয়ে।
  • প্ৰশাসনে বন্ধ দিয়াৰ পিছতো খুলিছে পাচলিৰ দোকান।
  • গেলামালৰ দোকানৰ সন্মুখত নহয়, পদপথত খুলিছে এই দোকানসমূহ।
  • গীতানগৰ, চিৰিয়াখানা, হাতীগাঁও আদি অঞ্চলত দেখা পোৱা গৈছে এই দোকানসমূহ।
  • পাচলি ক্ৰয় কৰিবলৈ অসংখ্য লোকে ভিৰ কৰিছে।
  • ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত এই খবৰ প্ৰকাশ পোৱাৰ পিছতে তৎপৰ জিলা প্ৰশাসন।
  • কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশ।
  • নিয়ম অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব প্ৰশাসনে।
  • তেনে পাচলি ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন।
  • পুৱাৰ ৭ বজাৰ পৰাই খুলিছিল এই দোকানসমূহ।
  • অবিশ্বাস্য হাৰত গ্ৰাহকৰ পৰা দাম লৈছে ব্যৱসায়ী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি