প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি পাচলিৰ দোকান খুলিছে একাংশ ব্যৱসায়ীয়ে

প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি পাচলিৰ দোকান খুলিছে একাংশ ব্যৱসায়ীয়ে
  • নিয়ম মনা নাই মহানগৰীৰ একাংশ পাচলি ব্যৱসায়ীয়ে।
  • প্ৰশাসনে বন্ধ দিয়াৰ পিছতো খুলিছে পাচলিৰ দোকান।
  • গেলামালৰ দোকানৰ সন্মুখত নহয়, পদপথত খুলিছে এই দোকানসমূহ।
  • গীতানগৰ, চিৰিয়াখানা, হাতীগাঁও আদি অঞ্চলত দেখা পোৱা গৈছে এই দোকানসমূহ।
  • পাচলি ক্ৰয় কৰিবলৈ অসংখ্য লোকে ভিৰ কৰিছে।
  • 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত এই খবৰ প্ৰকাশ পোৱাৰ পিছতে তৎপৰ জিলা প্ৰশাসন।
  • কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশ।
  • নিয়ম অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব প্ৰশাসনে।
  • তেনে পাচলি ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন।
  • পুৱাৰ ৭ বজাৰ পৰাই খুলিছিল এই দোকানসমূহ।
  • অবিশ্বাস্য হাৰত গ্ৰাহকৰ পৰা দাম লৈছে ব্যৱসায়ী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in