গুৱাহাটীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু এজন লোকক আটক…

গুৱাহাটীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু এজন লোকক আটক…
  • গুৱাহাটীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু এজন লোকক আটক।
  • মহানগৰ আৰক্ষীয়ে সুন্দৰপুৰৰ পৰা আটক কৰে চিন্ময় লস্কৰ নামৰ এজন লোকক।
  • বিস্ফোৰণৰ মূল অভিযুক্ত জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে লোকজনক।
  • আৰক্ষীয়ে আটক কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত চিন্ময় লস্কৰে কয় – মই নিৰ্দোষী। মোক সোধা–পোছাৰ বাবে লৈ আহিছে আৰক্ষীয়ে।
  • গ্ৰেনেড বিস্ফোৰণৰ সময়ত ঘটনাস্থলীত উপস্থিত আছিল চিন্ময়।
  • চিন্ময়ক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in