শেহতীয়া খবৰ
দুৰ্লভ নাথক কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ… • এখন গাঁও, দুই শতাধিক দিব্যাংগ আৰু বিদ্যালয়ৰ মুখ নেদেখা কিশোৰবোৰ... • পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ...

গুৱাহাটীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু এজন লোকক আটক…

564
  • গুৱাহাটীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু এজন লোকক আটক।
  • মহানগৰ আৰক্ষীয়ে সুন্দৰপুৰৰ পৰা আটক কৰে চিন্ময় লস্কৰ নামৰ এজন লোকক।
  • বিস্ফোৰণৰ মূল অভিযুক্ত জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে লোকজনক।
  • আৰক্ষীয়ে আটক কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত চিন্ময় লস্কৰে কয় – মই নিৰ্দোষী। মোক সোধা–পোছাৰ বাবে লৈ আহিছে আৰক্ষীয়ে।
  • গ্ৰেনেড বিস্ফোৰণৰ সময়ত ঘটনাস্থলীত উপস্থিত আছিল চিন্ময়।
  • চিন্ময়ক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি