জুৰোডৰ গ্ৰেণেড বিস্ফোৰণঃ গ্ৰেণেড নিক্ষেপকাৰী শীঘ্ৰেই জালত পৰিব আৰক্ষীৰ…

জুৰোডৰ গ্ৰেণেড বিস্ফোৰণঃ গ্ৰেণেড নিক্ষেপকাৰী শীঘ্ৰেই জালত পৰিব আৰক্ষীৰ…
  • জুৰোডৰ গ্ৰেণেড বিস্ফোৰণ ঘটনাত গ্ৰেণেড নিক্ষেপকাৰী শীঘ্ৰেই জালত পৰিব আৰক্ষীৰ।
  • এই মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ
  • প্ৰাণময় ৰাজগুৰুয়ে চাকৰিৰ প্ৰলোভন দেখুৱাইছিল বহু যুৱকক।
  • শিক্ষিত যুৱকক আলফাত যোগদানৰ বাবে পৰোচিত কৰিছিল প্ৰাণময়ে।
  • বৰ্তমানৰলৈকে ঘটনাৰ লগত জড়িত ৫জনক গ্ৰেপ্তাৰ।
  • আটাইকে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • জেৰাত বহু নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in