ৰাজস্থানত জিকা ভাইৰাছৰ সন্ত্ৰাস

ৰাজস্থানত জিকা ভাইৰাছৰ সন্ত্ৰাস
  • ৰাজস্থানৰ জয়পুৰত জিকা ভাইৰাছৰ তাণ্ডৱ।
  • জিকা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি।
  • দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশত বুধবাৰে জয়পুৰত উপস্থিত ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ এটা দল।
  • স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ১০০জন ৰোগীৰ ভিতৰত ২৩ গৰাকী সন্তানসম্ভৱা মহিলা।
  • জিকা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজস্থান চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন সজাগতা কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in