পিপিই কিট পিন্ধি শচীনৰ সৈতে ফটো শ্বেয়াৰ কৰি কি ক’লে য়ুৱৰাজ সিঙে…

পিপিই কিট পিন্ধি শচীনৰ সৈতে ফটো শ্বেয়াৰ কৰি কি ক’লে য়ুৱৰাজ সিঙে…

ডিজিটেল ডেস্ক : ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব ৰোড চেফটি ৱৰ্ল্ড চিৰিজ । কোৰোনাৰ ভায়াবহতাৰ বাবে ২০২০ বৰ্ষত অনুষ্ঠিত নহ'ল এই চিৰিজটো । এইবছৰ পুনৰ অনুষ্ঠিত হ'ব এই টুৰ্নামেন্ট খন । এই টুৰ্নামেন্টত অংশ ল'ব ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে । চিৰিজটোত অংশ লোৱাৰ উদ্দেশ্যে ৰায়পুৰলৈ ৰাওনা হৈছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ ।

ৰোড চেফটি ৱৰ্ল্ড চিৰিজৰ প্ৰতিখন খেল এইবাৰ চণ্ডিশগড়ৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত হ'ব । এই টুৰ্নামেন্টত অংশ লোৱাৰ বাবে ক্ৰিকেট তাৰকা য়ুৱৰাজ সিঙেও ৰায়পুৰত উপস্থিত হয় । ৰায়পুৰত পিপিই কিট পিন্ধি শচীনৰ সৈতে উঠা এখন ফটো সামজিক মাধ্যমত শ্বেয়াৰ কৰিছে য়ুৱৰাজে । আলোকচ্ত্ৰটো শ্বেয়াৰ কৰি প্ৰাক্তন ক্ৰিকেটাৰ জনে লিখিছে "আমি ৰায়পুৰ পাইছো। পথ সুৰক্ষা শৃংখলাতোত আপোনাৰ সুৰক্ষাও অৱশ্যকীয় ভাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in