যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ জামিন মঞ্জুৰ…

যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ জামিন মঞ্জুৰ…
  • যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ জামিন মঞ্জুৰ।
  • 'কা' বিৰোধী আন্দোলনত হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে চৌধুৰীৰ জামিন।
  • প্ৰায় এমাহ কাৰাগাৰত আছিল যুৱ কংগ্ৰেছৰ নেতাগৰাকী।
  • ৰুমী ফুকনৰ আদালতে চৌধুৰীক জামিন প্ৰদান কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in