বোকাখাতৰ বিহৰাত ধনশিৰি নদীত যুৱক সন্ধানহীন…

বোকাখাতৰ বিহৰাত ধনশিৰি নদীত যুৱক সন্ধানহীন…
  • বোকাখাতৰ বিহৰা চাহ বাগিছাৰ ১২ নম্বৰ লাইনত অঘটন।
  • সমিপৰ ধনশিৰি নদীত গা ধুৱলৈ গৈ এজন যুৱক সন্ধানহীন।
  • সন্ধানহীন যুৱকজন কুঁহিয়াৰ বাৰী অঞ্চলৰ।
  • তেওঁৰ নাম বিকাশ তাঁতী (২২) বুলি জানিব পৰা গৈছে।
  • শনিবাৰে পুৱা ধনশিৰি নদীত গা ধুৱলৈ গৈছিল যুৱক জন।
  • যুৱকজনৰ সন্ধানত SDRF ৰ অভিযান অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in