অংকিতা দত্ত যুৱ কংগ্ৰেছৰ সভাপতি হ’ল…

অংকিতা দত্ত যুৱ কংগ্ৰেছৰ সভাপতি হ’ল…
  • যুৱ কংগ্ৰেছ অসমৰ সভাপতি হ'ব অংকিতা দত্ত।
  • প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত।
  • আমগুৰি সমষ্টিৰ পৰা ২০২১ চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল অংকিতা দত্তই।
  • দলীয় মজিয়াত যথেষ্ট দিন মৌন হৈ আছিল তেওঁ।
  • পূৰ্বৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধেও সৰৱ হৈছিল অংকিতা দত্ত।
  • কংগ্ৰেছৰ এগৰাকী সম্ভাৱনাময় যুৱ নেত্ৰী দত্ত।
  • যুৱ কংগ্ৰেছক শক্তিশালী ৰূপত নেতৃত্ব দি আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি প্ৰতিজ্ঞা অংকিতা দত্তৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in