আজি গুৱাহাটীলৈ আহিব যোগী আদিত্য নাথ

আজি গুৱাহাটীলৈ আহিব যোগী আদিত্য নাথ
  • আজি গুৱাহাটীলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
  • দুপৰীয়া ১ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'বহি তেওঁ।
  • বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰণজিৎ দাসে বিমানবন্দৰত আদৰণি জনাব তেওঁক।
  • বিজেপিৰ বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল'ব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • দুপৰীয়া ১.৩০ বজাত খানাপাৰাৰ ষ্টাফ কলেজত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in