এইমছত চিকিৎসাধীন যোগগুৰু ৰামদেৱৰ সহকৰ্মী আচাৰ্য্য বালকৃষ্ণ…

এইমছত চিকিৎসাধীন যোগগুৰু ৰামদেৱৰ সহকৰ্মী আচাৰ্য্য বালকৃষ্ণ…
  • যোগগুৰু ৰামদেৱৰ সহকৰ্মী আচাৰ্য্য বালকৃষ্ণক শুকুৰবাৰে ভৰ্তি কৰা হয় চিকিৎসালয়ত।
  • উত্তৰাখণ্ডস্থিত এইমছত ভৰ্তি কৰা হয় আচাৰ্য্য গৰাকীক।
  • আচাৰ্য্যগৰাকীয়ে বুকুত বিষ অনুভৱ কৰাৰ বাবে তেওঁক প্ৰথমে ভৰ্তি কৰা হয় হৰিদ্বাৰৰ চিকিৎসালয়ত।
  • কিন্তু চিকিৎসকে পৰামৰ্শ দিয়াৰ পাচত তেওঁক ভৰ্তি কৰা হয় উত্তৰাখণ্ডৰ ঋষিকেশস্থ এইমছত।
  • জানিব পৰা মতে, এইমছত বালকৃষ্ণক হৃদৰোগ বিশেষজ্ঞসকলে পৰীক্ষা কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in