গুৱাহাটীত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

গুৱাহাটীত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
  • গুৱাহাটীত উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷
  • বৰঝাৰ বিমানবন্দৰত কেইবাগৰাকী নেতা-মন্ত্ৰীৰ দ্বাৰা যোগী আদিত্যনাথক উষ্ম আদৰণি৷
  • বিমান বন্দৰৰ পৰা ৰাওনা হৈছে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়লৈ৷
  • মুখ্যমন্ত্ৰীগৰাকীৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰপত্তাব্যৱস্থা৷
  • খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়লত সংবাদমেল সম্বোধন কৰি যোগী আদিত্যনাথে৷
  • তাৰ পিছতে কামাখ্যা মন্দিৰ দৰ্শণ কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে৷
  • সন্ধিয়া গুৱাহাটীৰ পৰা লক্ষ্নৌলৈ উভতিব তেওঁ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in