শেহতীয়া খবৰ
ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...  •  বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা  •  ৩১ জানুৱাৰীত উন্মোচন কৰা হ’ব দিগন্ত কুমাৰ নাথৰ ‘চলন্তিকা’  •  কুশলে আছে ৰেৱতী ফুকন...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নামতিত জনজাগৰণ সমাবেশঃ বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা, VIDEO  •  উত্তৰ পূবৰ পৰা উভতাই নিব সেনাঃ স্থল সেনাপ্ৰধান

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি…

707

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিংপিং অহা ১১ অক্টোবৰত আহিব ভাৰতলৈ। প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোডীক চেন্নাইত সাক্ষাৎ কৰিব চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই ভ্ৰমণকালত দুয়োগৰাকী বিশ্বনেতা ৪ খন পৃথক পৃথক বৈঠকত প্ৰায় ৫ ঘন্টাৰ বাবে মিলিত হব। এই সময়চোৱাত চেন্নাইৰ সমুদ্ৰৰ কাষত কাষত থকা এখন আটকধুনীয়া হোটেলত থাকিব দুয়োগৰাকী নেতা। উল্লেখ্য যে, শুকুৰবাৰে পুনৰ চীনলৈ উভতিব ৰাষ্ট্ৰপতিগৰাকী। বৈঠকৰ উপৰিও কেইবাটাও সাংস্কৃতিক অনুষ্ঠানত ভাগ লব চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি