শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিলে ৰবী কুমাৰ দাহিয়াই..

ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু ৰবি দাহিয়াই অলিম্পিকত বাৰতৰ হৈ দ্বিতীয়টো ৰূপৰ দখল কৰিলে। বৃহস্পতিবাৰে মল্লযুঁজৰ ফাইনেল খেলত অৱতীৰ্ণ হোৱা ৰবি কুমাৰ দাহিয়াই দেশলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিব বুলি আশা কৰা হৈছিল যদিও তেওঁ ৰূপৰ পদকতেই শান্ত থাকিবলগীয়া হয়।

ফাইনেলত ৰবী কুমাৰে উৰুগুৱেৰ প্ৰতিপক্ষ জাভুৰ য়ুগুয়েভৰ বিৰুদ্ধে ৪-৭ ব্যৱধানত পৰাস্ত হ’বলগীয়া হয়। অলিম্পিকত মল্লযুঁজত ৫৭ কেজি শাখাত প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা ৰবী কুমাৰ দাহিয়াই প্ৰথমৰে পৰাই টকিঅ-২০২০ত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। ছেমি ফাইনেলত তেওঁ কাজাখিস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিবলৈ সক্ষম হৈছেল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি