শেহতীয়া খবৰ
'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প  •  গুজৰাটৰ মোটেৰা ষ্টেডিয়ামত উপস্থিত ডোনাল্ড ট্ৰাম্প আৰু মেনালীয়া ট্ৰাম্প

বিজেপিলৈ অৰ্জুনজয়ী ববিতা ফোগাট, সোমবাৰে কৰিব যোগদান

153
  • গেৰুৱা হ’ব অৰ্জুন বঁটা বিজয়ী ভাৰতীয় মহিলা মল্লযুঁজাৰু ববিতা কুমাৰী ফোগাটে।
  • সোমবাৰে ঈদৰ দিনাখনেই বিজেপিত যোগ দিব ববিতাই।
  • বিজেপিৰ এক সূত্ৰই সদৰী কৰিছে এই খবৰ।
  • উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বেও ববিতা ফোগাটৰ বিজেপিত যোগদানক লৈ চলিছিল চৰ্চা।
  • কিন্তু তেতিয়া ৰাজনীতিত প্ৰৱেশৰ কোনো ইচ্ছা নাই বুলি মন্তব্য কৰিছিল মল্লযুঁজাৰুগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি