বিজেপিলৈ অৰ্জুনজয়ী ববিতা ফোগাট, সোমবাৰে কৰিব যোগদান

বিজেপিলৈ অৰ্জুনজয়ী ববিতা ফোগাট, সোমবাৰে কৰিব যোগদান
  • গেৰুৱা হ'ব অৰ্জুন বঁটা বিজয়ী ভাৰতীয় মহিলা মল্লযুঁজাৰু ববিতা কুমাৰী ফোগাটে।
  • সোমবাৰে ঈদৰ দিনাখনেই বিজেপিত যোগ দিব ববিতাই।
  • বিজেপিৰ এক সূত্ৰই সদৰী কৰিছে এই খবৰ।
  • উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বেও ববিতা ফোগাটৰ বিজেপিত যোগদানক লৈ চলিছিল চৰ্চা।
  • কিন্তু তেতিয়া ৰাজনীতিত প্ৰৱেশৰ কোনো ইচ্ছা নাই বুলি মন্তব্য কৰিছিল মল্লযুঁজাৰুগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in