ক্ৰিকেট বিশ্বকাপ ২০১৯ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ উইকেটত জয়ী নিউজিলেণ্ড…

ক্ৰিকেট বিশ্বকাপ ২০১৯ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ উইকেটত জয়ী নিউজিলেণ্ড…
  • ক্ৰিকেট বিশ্বকাপ ২০১৯ত বুধবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে নিউজিলেণ্ডে।
  • প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ২৪২ ৰানৰ লক্ষ্য ভাঙি দিয়ে নিউজিলেণ্ডে।
  • ৪৮.৩ অভাৰত ২৪৫ ৰান সংগ্ৰহ কৰি জয়ী হয় নিউজিলেণ্ড।
  • ৬ টা উইকেট হেৰুৱাই এই ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে।
  • নিউজিলেণ্ডৰ অধিনায়ক কেনি ৱিলায়মছন ১৩৮ টা বলত সংগ্ৰহ কৰে ১০৬ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in