শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ড…

251
  • ক্ৰিকেট বিশ্বকাপ ২০১৯ত বুধবাৰৰ মেচত নিউজিলেণ্ডৰ সন্মুখত পাকিস্তান।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত নিউজিলেণ্ডৰ।
  • ২১ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰিছে ৬৮ ৰান।
  • ৪টা উইকেটৰ বিনিময়ত এই ৰান সংগ্ৰহ কৰিছে দলটোৱে।
  • বৰ্তমান ক্ৰীজত আছে নিউজিলেণ্ডৰ বেটছমেন অধিনায়ক কেনি উইলিয়ামছন আৰু জেমছ নিশ্বাম।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি