আজি বিশ্বকাপত ভাৰতৰ সন্মুখত লংকা বাহিনী…

আজি বিশ্বকাপত ভাৰতৰ সন্মুখত লংকা বাহিনী…
  • আজি বিশ্বকাপত মুখামুখি হ'ব ভাৰত আৰু শ্ৰীলংকা।
  • ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্বকাপৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।
  • মেচখন ভাৰতীয় দলৰ বাবে নহয় বিশেষ গুৰুত্বপূৰ্ণ। সেয়েহে মেচখনত ভাৰতে দলৰ বহুকেইগৰাকী খেলুৱৈক বিশ্ৰাম দিব পাৰে।
  • আজিৰ মেচত মূল একাদশত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ।
  • সেইদৰে দীনেশ কাৰ্তিক আৰু মায়ংক আগৰৱালেও পাব পাৰে সুযোগ।
  • বিশ্ৰাম দিব পাৰে হাৰ্ডিক পাণ্ডিয়াকো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in