ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ইংলেণ্ডৰ বিৰুদ্ধে ২৮৬ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই…

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ইংলেণ্ডৰ বিৰুদ্ধে ২৮৬ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ মঙলবাৰৰ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ড।
  • প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ২৮৫ ৰান।
  • ৭ টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে এই ৰান।
  • অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰ'ণ ফেন্সে ১১৬টা বলত সংগ্ৰহ কৰে ১০০ ৰান।
  • ইংলেণ্ডৰ হৈ অপেনিং কৰি শূন্য ৰানত আউট জেমছ ভিন্স।
  • ১ অভাৰত ইংলেণ্ডৰ ৪ ৰান সংগ্ৰহ।
  • বৰ্তমান ক্ৰীজত আছে ইংলেণ্ডৰ বেটছমেন জ'নী বেৰষ্ট' আৰু জ' ৰুট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in