শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ইংলেণ্ডৰ বিৰুদ্ধে ২৮৬ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই…

176
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ মঙলবাৰৰ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ড।
  • প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ২৮৫ ৰান।
  • ৭ টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে এই ৰান।
  • অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰ’ণ ফেন্সে ১১৬টা বলত সংগ্ৰহ কৰে ১০০ ৰান।
  • ইংলেণ্ডৰ হৈ অপেনিং কৰি শূন্য ৰানত আউট জেমছ ভিন্স।
  • ১ অভাৰত ইংলেণ্ডৰ ৪ ৰান সংগ্ৰহ।
  • বৰ্তমান ক্ৰীজত আছে ইংলেণ্ডৰ বেটছমেন জ’নী বেৰষ্ট’ আৰু জ’ ৰুট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি