২টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ ১৪৪ ৰান সংগ্ৰহ…

২টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ ১৪৪ ৰান সংগ্ৰহ…
  • ভাৰতে বান্ধি দিয়া লক্ষ্য ৩৫৩ ৰানৰ দিশে আগবাঢ়িছে অষ্ট্ৰেলিয়া।
  • ২৭ অভাৰত ১৪৪ ৰান সংগ্ৰহ কৰিছে অষ্ট্ৰেলিয়াই।
  • ২ উইকেইট হেৰুৱাই এই ৰান সংগ্ৰহ অষ্ট্ৰেলিয়াৰ।
  • বৰ্তমান ক্ৰীজত আছে এছ স্মিথ আৰু ইউ খাৱাজা।
  • স্মিথে ৩৫ টা বলত ৩৫ ৰান কৰাৰ লগতে খাৱাজাই ৬টা বলত ৪ ৰান সংগ্ৰহ কৰিছে।
  • অষ্ট্ৰেলিয়াক জয়ী হ'বলৈ প্ৰয়োজন ২৩ অভাৰত ২০৯ৰানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in