শেহতীয়া খবৰ
এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান  •  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ

২টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ ১৪৪ ৰান সংগ্ৰহ…

117
  • ভাৰতে বান্ধি দিয়া লক্ষ্য ৩৫৩ ৰানৰ দিশে আগবাঢ়িছে অষ্ট্ৰেলিয়া।
  • ২৭ অভাৰত ১৪৪ ৰান সংগ্ৰহ কৰিছে অষ্ট্ৰেলিয়াই।
  • ২ উইকেইট হেৰুৱাই এই ৰান সংগ্ৰহ অষ্ট্ৰেলিয়াৰ।
  • বৰ্তমান ক্ৰীজত আছে এছ স্মিথ আৰু ইউ খাৱাজা।
  • স্মিথে ৩৫ টা বলত ৩৫ ৰান কৰাৰ লগতে খাৱাজাই ৬টা বলত ৪ ৰান সংগ্ৰহ কৰিছে।
  • অষ্ট্ৰেলিয়াক জয়ী হ’বলৈ প্ৰয়োজন ২৩ অভাৰত ২০৯ৰানৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি