শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ অষ্ট্ৰেলিয়াৰ সন্মুখত ৩৫৩ ৰানৰ লক্ষ্য…

128
  • ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াক ৩৫৩ ৰানৰ লক্ষ্য বান্ধি দিছে ভাৰতে।
  • ৫টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
  • আজিৰ মেচখনত ভাৰতৰ হৈ সৰ্বশ্ৰেষ্ঠ ১১৭ ৰান সংগ্ৰহ কৰে শ্বেখাৰ ধৱনে।
  • বিৰাট কোহলিয়ে ৭৭ টা বলত ৮২ ৰান সংগ্ৰহ কৰে।
  • বৰ্তমান অষ্ট্ৰেলিয়াই ৫ অভাৰত সংগ্ৰহ কৰিছে ১৮ ৰান।
  • ক্ৰীজত অষ্ট্ৰেলিয়াৰ হৈ অপেনিক কৰিছে ডি ৱাৰ্ণাৰ আৰু এ ফিন্সে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি