ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ অষ্ট্ৰেলিয়াৰ সন্মুখত ৩৫৩ ৰানৰ লক্ষ্য…

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ অষ্ট্ৰেলিয়াৰ সন্মুখত ৩৫৩ ৰানৰ লক্ষ্য…
  • ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াক ৩৫৩ ৰানৰ লক্ষ্য বান্ধি দিছে ভাৰতে।
  • ৫টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
  • আজিৰ মেচখনত ভাৰতৰ হৈ সৰ্বশ্ৰেষ্ঠ ১১৭ ৰান সংগ্ৰহ কৰে শ্বেখাৰ ধৱনে।
  • বিৰাট কোহলিয়ে ৭৭ টা বলত ৮২ ৰান সংগ্ৰহ কৰে।
  • বৰ্তমান অষ্ট্ৰেলিয়াই ৫ অভাৰত সংগ্ৰহ কৰিছে ১৮ ৰান।
  • ক্ৰীজত অষ্ট্ৰেলিয়াৰ হৈ অপেনিক কৰিছে ডি ৱাৰ্ণাৰ আৰু এ ফিন্সে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in