ইতিহাস সৃষ্টি কৰি বিশ্বকাপ দখল ইংলেণ্ডৰ…

ইতিহাস সৃষ্টি কৰি বিশ্বকাপ দখল ইংলেণ্ডৰ…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ খিতাপ দখল ইংলেণ্ডৰ।
  • প্ৰথমবাৰৰ বাবে ইংলেণ্ডে দখল কৰি ক্ৰিকেট বিশ্বকাপৰ খিতাপ।
  • প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সন্মুখত নিউজিলেণ্ডে বান্ধি দিছিল ২৪২ ৰানৰ লক্ষ্য।
  • নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৪১ ৰান।
  • ইংলেণ্ডেও ২৪১ ৰান কৰাৰ ফলত ড্ৰ' হয় ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেল।
  • পাছত ছুপাৰ অভাৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় খেলৰ ফলাফল।
  • ছুপাৰ অভাৰৰ পাছত ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেলত জয়ী হয় ইংলেণ্ড।
  • ছুপাৰ অভাৰত ইংলেণ্ডৰ বাটলাৰ আৰু বেন ষ্ট্ৰ'কে কৰে বেটিং।
  • ৬টা বলত ১৫ ৰান সংগ্ৰহ কৰে ইংলেণ্ডে।
  • তাৰপাছত ১৬ ৰানৰ লক্ষ্যত উপনীত হ'বলৈ ক্ৰীজত নামে নিউজিলেণ্ডৰ বেটছমেন জে নিশ্বাম আৰু এম গুপ্টেয়ে।
  • কিন্তু ইংলেণ্ডৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম নহয় নিউজিলেণ্ড।
  • ইংলেণ্ডৰ বলাৰ এৰ'হাৰে কৰে ছুপাৰ অভাৰত বলিং।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in