শেহতীয়া খবৰ
পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

ইতিহাস সৃষ্টি কৰি বিশ্বকাপ দখল ইংলেণ্ডৰ…

838
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ খিতাপ দখল ইংলেণ্ডৰ।
  • প্ৰথমবাৰৰ বাবে ইংলেণ্ডে দখল কৰি ক্ৰিকেট বিশ্বকাপৰ খিতাপ।
  • প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সন্মুখত নিউজিলেণ্ডে বান্ধি দিছিল ২৪২ ৰানৰ লক্ষ্য।
  • নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৪১ ৰান।
  • ইংলেণ্ডেও ২৪১ ৰান কৰাৰ ফলত ড্ৰ’ হয় ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেল।
  • পাছত ছুপাৰ অভাৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় খেলৰ ফলাফল।
  • ছুপাৰ অভাৰৰ পাছত ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেলত জয়ী হয় ইংলেণ্ড।
  • ছুপাৰ অভাৰত ইংলেণ্ডৰ বাটলাৰ আৰু বেন ষ্ট্ৰ’কে কৰে বেটিং।
  • ৬টা বলত ১৫ ৰান সংগ্ৰহ কৰে ইংলেণ্ডে।
  • তাৰপাছত ১৬ ৰানৰ লক্ষ্যত উপনীত হ’বলৈ ক্ৰীজত নামে নিউজিলেণ্ডৰ বেটছমেন জে নিশ্বাম আৰু এম গুপ্টেয়ে।
  • কিন্তু ইংলেণ্ডৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম নহয় নিউজিলেণ্ড।
  • ইংলেণ্ডৰ বলাৰ এৰ’হাৰে কৰে ছুপাৰ অভাৰত বলিং।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি