ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ৬২ ৰানৰ ব্যৱধানত বাংলাদেশৰ হাতত পৰাস্ত আফগানিস্তান…

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ৬২ ৰানৰ ব্যৱধানত বাংলাদেশৰ হাতত পৰাস্ত আফগানিস্তান…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ সোমবাৰৰ মেচত বাংলাদেশৰ হাতত পৰাস্ত আফগানিস্তান।
  • ৬২ ৰানৰ ব্যৱধানত পৰাস্ত আফগানিস্তান।
  • বাংলাদেশে ৫০ অভাৰত ২৬২ ৰানৰ লক্ষ্য বান্ধি দিছিল আফগানিস্তানক।
  • ৫০ অভাৰত মাত্ৰ ২০০ ৰান কৰে আফগানিস্তান ক্ৰিকেট দলটোৱে।
  • মেচখনত আফগানিস্তানৰ অধিনায়ক এম নাইবে ৭৫টা বলত কৰে মাত্ৰ ৪৭ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in