ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ আফগানিস্তানৰ সন্মুখত ২৬৩ ৰানৰ লক্ষ্য বান্ধি দিলে বাংলাদেশে…

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ আফগানিস্তানৰ সন্মুখত ২৬৩ ৰানৰ লক্ষ্য বান্ধি দিলে বাংলাদেশে…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত সোমবাৰৰ মেচত আফগানিস্তানৰ বিৰুদ্ধে বাংলাদেশ।
  • প্ৰথমে বেটিং কৰি বাংলাদেশে ৫০ অভাৰত সংগ্ৰহ কৰে ২৬২ ৰান।
  • ৭ টা উইকেট হেৰুৱাই এই ৰান সংগ্ৰহ কৰে বাংলাদেশ।
  • বাংলাদেশে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ ক্ৰীজত নামিছে আফগানিস্তানৰ গুলবদিন নেইব আৰু ৰহমত শ্বাহ।
  • ৭.২ অভাৰত আফগানিস্তানে সংগ্ৰহ কৰিছে ৩২ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in