শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ আফগানিস্তানৰ সন্মুখত ২৬৩ ৰানৰ লক্ষ্য বান্ধি দিলে বাংলাদেশে…

  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত সোমবাৰৰ মেচত আফগানিস্তানৰ বিৰুদ্ধে বাংলাদেশ।
  • প্ৰথমে বেটিং কৰি বাংলাদেশে ৫০ অভাৰত সংগ্ৰহ কৰে ২৬২ ৰান।
  • ৭ টা উইকেট হেৰুৱাই এই ৰান সংগ্ৰহ কৰে বাংলাদেশ।
  • বাংলাদেশে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ ক্ৰীজত নামিছে আফগানিস্তানৰ গুলবদিন নেইব আৰু ৰহমত শ্বাহ।
  • ৭.২ অভাৰত আফগানিস্তানে সংগ্ৰহ কৰিছে ৩২ ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি