ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ৮৭ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত শ্ৰীলংকা…

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ৮৭ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত শ্ৰীলংকা…
  • ক্ৰিকেট বিশ্বকাপ ২০১৯ত শনিবাৰে শ্ৰীলংকাক পৰাভূত কৰে অষ্ট্ৰেলিয়াই।
  • ৮৭ ৰানৰ ব্যৱধানত জয়ী হয় অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল।
  • অষ্ট্ৰেলিয়াৰ এ ফিন্সে ১৩২টা বলত সংগ্ৰহ কৰে ১৫৩ ৰান।
  • ৫০ অভাৰত ৩৩৫ ৰানৰ লক্ষ্য বান্ধি দিছিল শ্ৰীলংকাৰ বিৰুদ্ধে।
  • শ্ৰীলংকাই ৪৫.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ২৪৭ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in