ৱ’ৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ দীপক পুনিয়াৰ…

ৱ’ৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ দীপক পুনিয়াৰ…
  • ৱ'ৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ দীপক পুনিয়া।
  • ৮৬ কেজি ওজনৰ শাখাৰ ছেমিফাইনলত জয়ী হৈ ফাইলেত প্ৰৱেশ দীপকৰ।
  • ছুইজাৰলেণ্ডৰ ষ্টীফেন ৰেকমুথক ৮-২ পইন্টত পৰাস্ত কৰে পুনিয়াই।
  • ৱ'ল্ড ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতৰ বাবে আৰু এটা পদক সুনিশ্চিত কৰিলে দীপক পুনিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in