শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

বিশ্ব ৰেডিঅ’ দিৱস ২০২১…

ডিজিটেল ডেস্কঃ অসংখ্য নতুন প্লেটফৰ্ম আৰু হোৱাটচ এপৰ দৰে মাধ্যম থকাৰ সময়তো ৰেডিঅ’ যোগাযোগৰ আটাইতকৈ স্থিতিস্থাপক আৰু সূদূৰপ্ৰয়াসী মাধ্যম হিচাপে বৰ্তী আছে। ১১০ বছৰীয়া পুৰণি ৰেডিঅ’ৰ ইতিহাস। ৰাষ্ট্ৰসংঘৰ মতে, ৰেডিঅ’ক মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে।

উল্লেখ্য যে, কোভিড মহামাৰীৰ সময়তো বিশ্বক খবৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰেডিঅ’ই। অন্যহাতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ মত কী বাতেও যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে গণমাধ্যমত।

২১ বৰ্ষত বিশ্ব ৰেডিঅ’ দিৱস বিশ্বজুৰি উদযাপিত হৈছে তিনিটা বিশেষ বিষয়বস্তুক লৈ। সংশোধন,উদ্ভাৱন আৰু সংযোগ।উল্লেখ্য যে ২০১১ চনত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা আৰম্ভ কৰা হৈছিল বিশ্ব ৰেডিঅ’ দিৱস আৰু ২০১২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াক এক আন্তৰ্জাতিক দিৱস হিচাপে গ্ৰহণ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি