শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

ক্ৰিকেট বিশ্বকাপ-২০১৯ত ৰবীন্দ্ৰ জাদেজাৰ প্ৰথমটো অৰ্ধশতক…

306
  • বিশ্বকাপ ক্ৰিকেট-২০১৯ত ভাৰতীয় খেলুৱৈ ৰবীন্দ্ৰ জাদেজাৰ প্ৰথমটো অৰ্ধশতক।
  • বিশ্বকাপ-২০১৯ৰ ছেমি ফাইনেল মেচখনত নিউজিলেণ্ডৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন জাদেজাৰ।
  • ৩৯টা বলত ৫০ ৰান সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে।
  • ৩টা ফৰ আৰু ৩টা ছিক্সৰে সংগ্ৰহ কৰে এই ৰান।
  • ছেমি ফাইনেলত ৰবীন্দ্ৰ জাদেজাৰ লগত ক্ৰীজত আছে এম এছ ধোনী।
  • ধোনীয়ে ৫২ টা বলত সংগ্ৰহ কৰিছে ২৮ ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি