বিশ্বকাপ ক্ৰিকেটঃ আজি ইংলেণ্ড বনাম আফগানিস্তান…

বিশ্বকাপ ক্ৰিকেটঃ আজি ইংলেণ্ড বনাম আফগানিস্তান…
  • বিশ্বকাপ ক্ৰিকেটত আজি ইংলেণ্ডৰ মুখামুখি হ'ব আফগানিস্তান
  • মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেল
  • এইখন মেচ বিশ্বকাপৰ ২৪সংখ্যক মেচ ।
  • আনফালে ২২ জুনত ভাৰতৰ সৈতে মুখামুখি হ'ব আফগানিস্তান।
  • ২৭ জুনত টীম ইণ্ডিয়া অৱতীৰ্ণ হ'ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
  • ৩০ জুনত খেলিব আয়োজক ইংলেণ্ডৰ বিপক্ষে খেলপথাৰত নামিব ভাৰত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in