ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচ, LIVE UPDATES

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচ, LIVE UPDATES
  • ক্ৰিকেট বিশ্বকাপ ২০১৯ত ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচ আৰম্ভ।
  • টছত জয়ী হৈ প্ৰথমে বল কৰাৰ সিদ্ধান্ত পাকিস্তানৰ।
  • ভাৰতৰ হৈ অপেনিং কৰিবলৈ ক্ৰীজত নামিছে ৰোহিত শৰ্মা আৰু কে এল ৰাহুল।
  • ২ অভাৰত ৯ ৰান সংগ্ৰহ ভাৰতৰ।
  • ভাৰতে সংগ্ৰহ কৰে ১১ অভাৰত ৬২ ৰান।
  • ৰোহিত শৰ্মাই ৩১ ৰানত ৩৮ ৰান আৰু কে এল ৰাহুলে সংগ্ৰহ কৰে ৩৫টা বলত ২২ ৰান।
  • ৩৪টা বলত ৫০ ৰান সংগ্ৰহ ৰোহিত শৰ্মাৰ।
  • ২২.২ অভাৰত ১২৪ ৰান সংগ্ৰহ ভাৰতৰ।
  • কে এল ৰাহুলে ৫১ ৰান সংগ্ৰহ কৰে ৭০টা বলত।
  • ৰোহিত শৰ্মাৰ ৬৪টা বলত ৭৪ ৰান সংগ্ৰহ।
  • ৫৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী কে এল ৰাহুল।
  • ৰিয়াজৰ বলত বাবৰ আজমৰ হাতত সহজ কেচ তুলি আউট হয় ৰাহুল।
  • ৰাহুলৰ ঠাইত বেটিং কৰিব আহিছে কেপ্টেইন বিৰাট কোহলীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in